নগাঁও আৰক্ষীৰ বৃহৎ সাফল্য; ড্ৰাগছসহ আটক তিনিজন লোক

0
75

নগাঁও আৰক্ষীৰ বৃহৎ সাফল্য।ড্ৰাগছসহ আটক কৰিলে তিনিজন লোকক।ধৃত লোককেইজনৰ পৰা জব্দ কৰে AS02 T 2388 নম্বৰৰ এখন ব্ৰীজাৰ গাড়ী৷ধিং ৰোডৰ পৰা নগাঁও এ টি ৰোড অভিমুখে আহি থকা গাড়ীখনত সন্দেহ উপজাত হয়বৰগাঁও আৰক্ষীয়ে খেদি আহি সদৰ আৰক্ষীৰ নগৰ শাখাৰ সহযোগত চিনেমাৰ কায়দাৰে কৰায়ত্ত কৰে ধৃত লোককেইজনক৷ধৃত লোক কেইজন ক্ৰমে মিৰজা হুছেইন,প্ৰীতম মজুমদাৰ আৰু ইৰচাদ হুছেইন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here