লাহৰীঘাটৰ ভুৰাগাঁৱৰ বন্যাৰ্তৰ কাষত ব্যৱসায়ী সুচিল মেহনত আৰু তেওঁৰ মাতৃ

0
229

এফালে লকডাউন আৰু আনফালে ব্ৰহ্মপুত্ৰৰ বলিয়া বানে সৰ্বস্বান্ত কৰিছে লাহৰীঘাটৰ ভূৰাগাঁওবাসীক। বানে জুৰুলা কৰা দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় দিছে ভূৰাগাঁও অঞ্চলৰ বিশিষ্ট ব্যৱসায়ি সুচীল মেহনত আৰু তেওঁৰ মাতৃ অমৰাও দেৱী। বানে সৰ্বস্বান্ত কৰা দুই শতাধিক দৰিদ্ৰ পৰিয়ালৰ মহিলাৰ মাজত শাৰীকে ধৰি বিভিন্ন বস্ত্ৰ বিতৰণ কৰে বিশিষ্ট ব্যৱসায়ীজনে।ব্যৱসায়ীজনৰ এনে মহান পদক্ষেপৰ শলায় লয় বানাক্ৰান্তলোকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here